মীমাংসামীমাংসা দৰ্শন

মীমাংসা কৰ্ (Assamese) [ Roman: bi.bang.xa kor]
Contributed by: Bikram M Baruah on 2008-01-31
1. (Verb-Trans.) to reduce somebody's anger and make him/her more friendly by being kind or pleasent;to reconcile two opposing parties. মৰম আৰু বুজনিৰে কাৰোবাৰ খং, অসন্তুষ্টি আঁতৰাই বন্ধুভাৱাপন্ন কৰা; দুই বিৰোধী পক্ষৰ মাজত সদ্ভাৱ জগোৱা বা ঘুৰাই অনা৷

Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-01-31
2. (Verb-Trans.) to evaluate who is right or wrong কোনো কাম বা কৰোবাক ভুল নে শুদ্ধ নিৰ্ধাৰণ কৰা